← ফুৰি যাওক

আগুবা

āgubā

অৰ্থ

1.

আগ বাঢ়্; আগলৈ যা বা গতি কৰ্

to go forward; to advance

অক. ধা.

2.

কামত আগ বাঢ়্; উন্নতি কৰ্

to make progress

অক. ধা.

3.

আগ বঢ়া; আগলৈ ঠেল্; উন্নতি কৰাই দি; . বিণ. এটাইতকৈ আগ হৈ অহা বা যোবা

to push forward; to improve ; preceding or surpassing other

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ