আগুৰ্
āgur
অৰ্থ
1.
আগচ্ বা আগচি ধৰ্; আগ ভেটি যাবলৈ বাধা দি
to prevent from advancing
সক. ধা.
2.
বেৰি ধৰ্; কেনিও যাবলৈ নিদিয়াকৈ ৰাখ্
to surround
সক. ধা.
3.
আশ্ৰয় দি বেৰি ৰাখ্; যেনে-তাক বিপদত আগুৰ্
to protect
সক. ধা.
4.
দায়িত্বসম্পন্ন কৰ্; যেনে-"ৰজাৰ দায় ভকতৰ দায় প্ৰভৱতি আগুৰ"
to fulful liability
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ