← ফুৰি যাওক

ভাৰ

bhāra

অৰ্থ

1.

ঠগ্; ছল কৰ্

to deceive

সক. ধা.

সমাৰ্থক শব্দ

2.

অস্বীকাৰ কৰ্; আসৈ মাত ্; সঁচা কথা লুকা

to disown; to suppress truth from; to prevaricate

সক. ধা.

সমাৰ্থক শব্দ

3.

গধূৰতা

weight

বি.

4.

কান-মাৰিৰ দুফালে ওলোমাই নিয়া বোজা

a load carried on a pole placed on the shoulders

বি.

5.

কোনো কাৰ্য্য কৰিবলৈ দিয়া ক্ষমতা; দায়িত্ব

commission; responsibility

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাৰ · অসমীয়া অভিধান