← ফুৰি যাওক

ভাটৌ-লতা

bhāṭau-latā

অৰ্থ

1.

গছৰ গাত শিয়াই হোবা এবিধ পাত-নাইকিয়া লতা [ইয়াৰ ভাটৌ-ঠোঁটৰ আকৱতিৰ ফুল ধৰে; তাক ভাটৌ-ফুল বোলে।]

a species of orchid

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাটৌ-লতা · অসমীয়া অভিধান