← ফুৰি যাওক

ভাটী

bhāṭī

অৰ্থ

1.

নৈৰ নামনি

the lower part of a river

বি.

2.

দেশৰ পশ্চিম অংশ

the western part of a country

বি.

3.

পশ্চিম ফালৰ; পছিমীয়া

belonging to the west

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাটী · অসমীয়া অভিধান