← ফুৰি যাওক

ভাজন

bhājana

অৰ্থ

1.

পাত্ৰ; যেনে-"ভাঙ্গিলে গঢ়িব পাৰি সুবৰ্ণ ভাজন" (মা.ক., কিষ্কিন্ধ্যাকাণ্ড)।

বি.

2.

পাত্ৰ; যোগ্য ব্যক্তি; যেনে-ভক্তিভাজন; স্নেহভাজন

A fit person

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ