ভাজ্
bhāj
অৰ্থ
1.
শুদাই বা তেল আদিৰে জুইৰ তাপৰ দ্বাৰায় পানী নিদিয়াকৈ বা নিৰসকৈ সিজা
to fry
সক. ধা.
2.
বৰকৈ যাতনা দি
to put to great distress or trouble
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
bhāj
শুদাই বা তেল আদিৰে জুইৰ তাপৰ দ্বাৰায় পানী নিদিয়াকৈ বা নিৰসকৈ সিজা
to fry
সক. ধা.
বৰকৈ যাতনা দি
to put to great distress or trouble
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ