ভাঙ্
bhāṅ
অৰ্থ
1.
ভগ্ন কৰ্; ডোখৰ ডোখৰ কৰ্
to break; to break into pieces
সক. ধা.
2.
কাম বা বিষয়ৰ পৰা গুচা
to dismiss
সক. ধা.
3.
খৰচ কৰ্; ব্যয় কৰ্
to spend
সক. ধা.
4.
ধ্বংস কৰ্
to devastate
সক. ধা.
5.
এক ভাষাৰপৰা অন্য ভাষাত লিখ্; . বি. b >ভাঙনি/b>।
to translate
সক. ধা.
6.
হাবি কাটি মুকলি কৰি; চহ্ (মাটি)
to reclaim; to cultivate
সক. ধা.
7.
নিষ্পত্তি কৰ্; মিটা (দন্দ)
to settle
সক. ধা.
8.
অন্ত কৰ্; শেষ কৰ্; . কৱদ
to end; to break up
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ