← ফুৰি যাওক

ভাগী

bhāgī

অৰ্থ

1.

অংশীদাৰ; ভাগ পাওঁতা; ভগিয়াৰ

a sharer

বি.

2.

একে বংশৰ লোক

a kinsman

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাগী · অসমীয়া অভিধান