← ফুৰি যাওক

ভতুবা

bhatubā

অৰ্থ

1.

জিল্মিল্ শাক্

a kind of pot herb; Chenopodium album

বি.

2.

ভাত-ভাৰী; খাব পৰা কিন্ত্ত কোনো কামৰ অযোগ্য; অচতুৰ

worthless; unskilful

বিণ.

3.

ভাত ৰান্ধি খাবৰ উপযুক্ত (চাউল)

fit to be cooked, as rice

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভতুবা · অসমীয়া অভিধান