← ফুৰি যাওক

ভণ্টা

bhaṇṭā

অৰ্থ

1.

ল'ৰা-ছোবালীয়ে হাতত লৈ ধেমালি কৰা গুটি বা ঘূৰণীয়া বস্ত্ত; যেনে-"ঊৰ্দ্ধৰক ক্ষেপন্ত ভণ্টাঃ কৰন্ত কটাক্ষ ছটা" (কীৰ্ত্তন)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভণ্টা · অসমীয়া অভিধান