← ফুৰি যাওকভট্টাচাৰ্যbhaṭṭācāryaঅৰ্থ1.বেদাধ্যাপক; বৰ পণ্ডিত লোকa great scholarবি.সমাৰ্থক শব্দভট্টাচাৰ্য্য · bhaṭṭācāryya2.বামুণৰ এটা উপাধিthe title of a Brāhmanবি.সমাৰ্থক শব্দভট্টাচাৰ্য্য · bhaṭṭācāryyaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ