← ফুৰি যাওক

ভটিয়া

অৰ্থ

1.

ভটিয়াই যা

to go down stream

2.

কোনো দেশৰ পশ্চিমফাললৈ যা

to go towards the western side of a country

3.

শয্যাৰ ভৰিৰ ফাললৈ হুঁহকি যা

to move towards the foot of a bed

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভটিয়া · অসমীয়া অভিধান