← ফুৰি যাওক

ভটা-গুটি

অৰ্থ

1.

টাং-গুটি খেলৰ গুটি; টাং-গুটি; ভণ্টা।

2.

এটাৰ পাছত আটো ওপৰলৈ দলিয়াই ধেমালি কৰা কাঠৰ দুটা গুটিৰ এটা

a kind of play with two small balls

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভটা-গুটি · অসমীয়া অভিধান