ভঞ্জ্
bhañj
অৰ্থ
1.
ভাঙ্; নাশ কৰ্; গুচা; যেনে-"ওহি ভকত ভয় ভঞ্জো" (বৰগীত); . b >ভঞ্জন/b> ভাঙন
to break; to destroy ; the act of breaking
সক. ধা.
2.
নাশ-কৰণ; নিবাৰণ
the act of destroying
সক. ধা.
3.
(পু. অ.) নাশ কৰোঁতা; ভাঙোতা
one who breaks or destroys
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ