ভজ্
bhaj
অৰ্থ
1.
উপাসনা কৰ্; পূজা কৰ্
to worship
সক. ধা.
2.
স্বামীৰূপে ল; বৰণ কৰ্
to accept as husband
সক. ধা.
3.
আশ্ৰয় ল; খাটি-লুটি থাক্
to seek help; attend upon
সক. ধা.
4.
ৰমণ কৰ্; যেনে-"হে ব্ৰজজন-ঃ দুখহাৰী হৰিঃ আমি কিঙ্কৰীক ভজ" (কীৰ্ত্তন)
to enjoy carnally (Apte)
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ