← ফুৰি যাওক

অঘোৰ

aghora

অৰ্থ

1.

অতি ভয়ানক; মহাপ্ৰচণ্ড

very terrible

বিণ.

2.

শান্ত; ভয়-নজন্মোবা

not terrible; calm

বিণ.

3.

শিব।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ