← ফুৰি যাওক

আগহাতে

অৰ্থ

1.

সোঁ-হাতে; সোঁ- হাতেৰে।

ক্ৰি. বিণ.

2.

থিয় হৈ ওপৰলৈ মেলা হাতেৰে।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগহাতে · অসমীয়া অভিধান