আগ-পাছ
āga-pācha
অৰ্থ
1.
কোনো কথাৰ ভাল-বেয়া সকলো ফাল; কোনো কাৰ্য্যৰ ভাল-বেয়া হ'ব পৰা সকলো গুণ; আগ-গুৰি
all the probable consequences of an act; pros and cons
বি.
2.
ইফাল-সিফাল কৰি কামত কৰা সহায়
personal help
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ