← ফুৰি যাওক

আগ-চাউল দিয়া

āga-cāula, diẏā

অৰ্থ

1.

সং. বিধিমতে বিয়া নকৰোবাকৈ মুনিহ তিৰোতাক ভাৰ্য্যা-স্বামীৰূপে সম্বন্ধ লগোবা এটা কাৰ্য্য [ইয়াত দৰা-কইনাক একেলগে বহুবাই, এজন বামুণে বা উপস্হিত থকা তিৰোতাবিলাকৰ এগৰাকীয়ে লগুন-গাঁঠি বান্ধে, তাৰ পাচত দুইৰো মূৰত দূবৰি আৰু চাউল ছটিয়াই সকলোবে-আশীৰ্ব্বাদ কৰে।]; জোৰোণ- পিন্ধোবা বিয়া; মুখ-চন্দনী বিয়া

a form of marriage med by tying the nuptial knot and putting rice on the heads of the bride and bridegroom and then the invoking of blessings on them by the assembled guests

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আগ-চাউল দিয়া · অসমীয়া অভিধান