বুলা
bulā
অৰ্থ
1.
আনক খোজ কঢ়া
to cause another to walk
সক. ধা.
2.
খেলৰ গুটি চলা
to move, as a piece in a game
সক. ধা.
3.
হাত চলা; হাত ফুৰা; মোহাৰ্
to practice with the hand, as on a drum or musical instrument; to rub gently with the hand
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ