← ফুৰি যাওক

আক্ৰম্

ākram

অৰ্থ

1.

সক ধা বিৰোধভাবে গৈ ল বা ধৰ্; খেদি ধৰ্; যুঁজিবলৈ ষা

to attack; in invade

2.

(পু. অ.) বেৰি বা ব্যাপি ধৰ্; যেনে-"ত্ৰৈলোক্যক আক্ৰমিলা চৰণৰ গতি" (কীৰ্ত্তন)

to extend over

3.

গতি ৰোধ কৰ্; বাধা জন্মা; যেনে-"পুত্ৰক খেদন্ত মহাসতী। শ্ৰোণী-ভৰে আক্ৰমিল গতি" (কীৰ্ত্তন-ঘোষা)

to retard; to stop

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ