আঁকোবাল
ām̐kobāla
অৰ্থ
1.
দুই বাহুৰ মেৰ বা সাবট
embrace or clasp with the arms
বি.
2.
দুই বাহুৰ মেৰৰ মাজত যিমান ধৰে সিমান বস্ত্ত; যেনে-একাঁকোবাল খাৰ
as much of anything as can be clasped within the arms
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ