← ফুৰি যাওক

বিৰক্ত

birakta

অৰ্থ

1.

আসক্তি নথকা; বৰ ইচ্ছা নথকা

void of attachment for anything

বিণ.

2.

বেজাৰ পোবা; অসন্ত্তষ্ট; মনত তিতা লগা

displeased; annoyed

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিৰক্ত · অসমীয়া অভিধান