বিদৰা
অৰ্থ
1.
আনৰ দ্বাৰা ফলা
to cause to be asunder
সক. ধা.
2.
অলপকৈ মুখ বিকটা (অসন্তোষ বা ঘৱণা প্ৰকাশ কৰাত)
to distort the face and the lower lip slightly to express displeasure or contempt
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ