বিগুণ
biguṇa
অৰ্থ
1.
দুৰ্গুণ; দোষ
bad quality; fault
2.
দোষযুক্ত; যেনে-"পৰ ধৰ্ম্মত কৰি বিগুণ স্বধৰ্ম্মকে শ্ৰেষ্ঠ জানিবা" (ক. গী.)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ