← ফুৰি যাওক

বিকটা

অৰ্থ

1.

অক. সক. ধা. মুখ বিকৱত হ বা কৰ্

to distort, as the face

2.

খাবলৈ বৰ বেয়া লগা

very distasteful; repugnant

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিকটা · অসমীয়া অভিধান