← ফুৰি যাওক

আকৰ্ণ

ākarṇa

অৰ্থ

1.

কাণলৈকে বা কাণৰ ওচৰলৈকে হোবা বা যোবা; যেনে-আকৰ্ণ সন্ধান

reaching up to the ear

ক্ৰি. বিণ.

2.

[পু. অ.] শুন্; শ্ৰবণ কৰ্

to hear

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আকৰ্ণ · অসমীয়া অভিধান