← ফুৰি যাওক

আঁকনি-মাৰি

ām̐kani-māri

অৰ্থ

1.

যি কাঠীৰ দ্বাৰা পুথিত পোন আঁক টনা হয়; চেপেটা ৰুল-মাৰি

a strip of wood or bamboo used as a ruler in writing a manuscript

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁকনি-মাৰি · অসমীয়া অভিধান