← ফুৰি যাওক

বামুণীয়া

bāmuṇīẏā

অৰ্থ

1.

বামুণৰ প্ৰয়োজনীয়; স্মাৰ্ত্ত ক্ৰিয়া-কাণ্ডৰ কথা থকা (শাস্ত্ৰ)

Brahminical

বিণ.

2.

স্মাৰ্ত্ত ক্ৰিয়া-কাণ্ডৰ অধিক প্ৰভাব থকা (সত্ত্ৰ)

practising the Smārta ceremonies in a greater degree

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বামুণীয়া · অসমীয়া অভিধান