বাম
bāma
অৰ্থ
1.
ওখ আৰু পানীত তল নোযোবা (মাটি)
high, so as not liable to be inundated
বিণ.
2.
তৰাং (পানী)
shallow (water)
বিণ.
3.
ওখ ঠাই
high land
বি.
4.
বাঁও; সোঁফালৰ বিপৰীত
left; not right
বিণ.
5.
বিপৰীত; অহিত; বিৰুদ্ধ (বিধি, কপাল); যেনে-"বিধি ভৈল বাম"
adverse, as luck
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ