আঁক মচ্
অৰ্থ
1.
বিধাতাৰ নিবন্ধ নাইকিয়া কৰ্; নিৰ্দ্দিষ্ট আয়ুস ক্ষয় কৰ্; মৰণ ওচৰ চপা; যেনে-যমে তাৰ আঁক মচিছে
to shorten the life; to bring death nearer
2.
বিধাতাৰ লিখন খণ্ডন কৰ্
to prevent the decree of fate
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ