← ফুৰি যাওক

আঁক

ām̐ka

অৰ্থ

1.

চিন; আঁচ

a line

বি.

2.

জুইত গলোবা কাঁহ ঢালিবলৈ মাটিৰে সজা আৰু তাত এটা খোল থকা সাঁচ বা সঁজুলি

an earthen block having a round hole on it to receive molten bell-metal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ