বাছ্
bāch
অৰ্থ
1.
এবিধৰপৰা অইন বিধ বেলেগ কৰ্; বেয়া অংশ এৰি ভাল অংশ ল
to select
সক. ধা.
2.
বেয়া বুলি সমাজ বা জ্ঞাতিৰ সঙ্গৰপৰা অঁতৰা; যেনে-"গঞাই বাছিছে"
to excommunicate
সক. ধা.
3.
কাটি-ছিঙি ৰান্ধিবলৈ ভালখিনি লৈ বেয়াখিনি পেলা
chop or cleanse for cooking
সক. ধা.
4.
কাপোৰত ফুল দি বা ব
to weave or form ornamental figures
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ