← ফুৰি যাওক

আওলা

āolā

অৰ্থ

1.

ঘৰৰ পানী-পাছৰ খুঁটাৰ বাহিৰে ওলমি বা ওলাই থকা চাল

the eaves of a house

বি.

2.

আওলাৰপৰা বঢ়াই দিয়া চালি; আগচালি

an extension or projection of the eaves of a house; pent-house

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ