বাগৰ্
bāgar
অৰ্থ
1.
তললুটি ওপৰ আৰু ওপৰলুটি তল হৈ ঘূৰ্ বা গতি কৰ্
to roll
অক. ধা.
2.
অধিক পৰিমাণে আৰু বেগেৰে বৈ যা (পানী)
to roll downward, as water
অক. ধা.
3.
থিতাপি নোহোবাকৈ লোকৰ ঘৰে ঘৰে থাক্
to live in other's house like a vagabond
অক. ধা.
4.
লুটি খোবা বা লুটিয়া- লুটি কৰা কাৰ্য্য
act of rolling
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ