← ফুৰি যাওক

আওফাল মাৰ্

অৰ্থ

1.

আচল ফালে বা চল লগাই ধৰাৰ বিপৰীত ফালে পাক মাৰ্ বা যা; যেনে-মাছটো আওফাল মাৰি হাতৰপৰা এৰাই গ'ল

to give a sudden movement to the reverse side

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আওফাল মাৰ্ · অসমীয়া অভিধান