← ফুৰি যাওক

বাংকেক

bāṅkeka

অৰ্থ

1.

কেৰ্কেটুবা জাতিৰ আৰু তাৰ সমান এবিধ জন্ত্ত [ই এজোপা গছৰপৰা আনজোপা গছলৈ বৰ দীঘল জাপ মাৰিব পাৰে; তাকে মানুহে উৰি যোবা বোলে। প্ৰবাদ আছে যে পূৰ্ব্ব জনমত ই মানুহ আছিল; ৰজাৰ কৰ নিদি পলাই ফুৰাৰ বাবে শাপত এনে ৰূপ ধৰিলে। এবাৰ খোজ কাঢ়ে, এবাৰ উৰে, এই বাবে চৰাই আৰু পছবিলাকে ইয়াক এঘৰীয়া কৰিলে।]

a species of squirrle

বি.

2.

অজীণ-পাতকী বা কাৰো লগত মিলিব নোবৰা মানুহ

a quarrelsome person

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বাংকেক · অসমীয়া অভিধান