আওপাক
āopāka
অৰ্থ
1.
ওভোতা পাক; বিপৰীত ফাললৈ ঘূৰণ; যিফালে ল'ব লাগে সেইফালে নোলোবা পাক
an opposite turn or revolution; a wrong twist
বি.
2.
দুৰ্ঘটনা বা বিষম লেঠা; বিপৰীত ঘটনা
trouble; adverse circumstances
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ