← ফুৰি যাওক

আওপকীয়া

āopakīẏā

অৰ্থ

1.

যিফালে পাক ল'ব লাগে সৈইফালে নোলোবা

turned or twisted in the wrong way

বিণ.

2.

বিপৰীত বা বেঁকভবে চলা (কথা বা স্বভাব)

not frank or straight forward

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ