বঁহীয়া
bam̐hīẏā
অৰ্থ
1.
বাহী; সাধাৰণতে আগদিনা তিয়াই বা ধুই থোবা মাহ বা চাউলৰ দৰে গোন্ধোবা
stale; soaked in water overnight (said of pulse)
বিণ.
2.
ঈষৎ মলিন আৰু গোমোঠা (বগা বৰণ); মদৰুবা
dull; pale
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ