← ফুৰি যাওক

বাসুবা

bāsubā

অৰ্থ

1.

সহচৰ, লিটিকাই।

বি.

সমাৰ্থক শব্দ

2.

মহাদেবৰ বাহন বৱষভ; যেনে-"সোণাৰ লাঙল ৰুপাৰ ফালঃ বাসুবা বলধে জুড়িছে হাল" (মনকৰ, পদ্মপুৰাণ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ