← ফুৰি যাওক

আঁওচ

ām̐oca

অৰ্থ

1.

হাল বাওঁতে মাটিত হোবা লোৰ; নাঙলৰ সীৰলু

a furrow

বি.

2.

হাল বাবলৈ নাঙলেৰে আঁওচি বা আঁচ দি মেৰাই লোবা এখন্দা মাটি

the space in a field furrowed out to be ploughed at a stretch

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আঁওচ · অসমীয়া অভিধান