← ফুৰি যাওক

বসন্ত

basanta

অৰ্থ

1.

এটা ঋতু বা কাল (চ'ত-বহাগ)

the spring season

বি.

2.

ভাৰতীয় সঙ্গীতৰ এটা বাগ; বসন্ত উঠ্ ঋতু উঠ্; কাম-ভাব হ

to be sexual excitement; to be in rut

বি.

3.

গুটো ওলোবা নৰিয়া; আই; আইসকল।

small-pox; rinderpest (cattle)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বসন্ত · অসমীয়া অভিধান