বল্
bal
অৰ্থ
1.
চল্; গতি কৰ্
to blow (as wind or current)
অক. ধা.
2.
টানিলে দীঘল হ; যেনে-"ৰবৰ টানিলে বলে"
to lengthen
অক. ধা.
3.
চৰ্; বৱদ্ধি হ; যেনে-"শৰীৰৰ কান্তি চন্দ্ৰতো কৰি বুলে" (মা. ক., অৰণ্যকাণ্ড)
অক. ধা.
4.
পিটি বা টানি দীঘল কৰ্ (লো, সূতা আদি)
to lengthen by drawing as metal or thread
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ