← ফুৰি যাওক

বঁৰীয়া-আঁক

bam̐rīẏā-ām̐ka

অৰ্থ

1.

ব্যভিচাৰ কৰা বামুণক দাগ দি কৰা শাস্তি; যেনে -"কিনাইৰ নাক এডোখৰ কাটি বঁৰীয়া আঁক দি লগুণ ছিঙ্গিব দিলে" (বুৰঞ্জী)

The punishment of setting a humiliating mark on the body of one carrying on liaison with a low-caste woman

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বঁৰীয়া-আঁক · অসমীয়া অভিধান