বঁৰীয়া
bam̐rīẏā
অৰ্থ
1.
বাঁৰী বামুণীৰ (অবৈধ) ল'ৰা
an illegitimate son of a Brahmin widow
বি.
2.
বামুণীত আন জাতিৰ লোকৰপৰা হোবা ল'ৰা
a son begotten on a Brahmin woman by a non-Brahmin
বি.
3.
জাতিভ্ৰষ্ট বামুণ
a degraded Brahmin
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ