← ফুৰি যাওক

বন্ধুবা

bandhubā

অৰ্থ

1.

বন্ধা চাকৰ; ধাৰত বান্ধ লৈ কাম কৰি দিব লগা মানুহ

one serving as a servant in payment of debt

বি.

2.

ধাৰত বান্ধ খোবা; বন্ধক অবস্হাত থকা

mortgaged

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ