← ফুৰি যাওক

বনিয়া

baniẏā

অৰ্থ

1.

সেৰেঙা কৰ্; যিমান হ'ব লাগে সিমান পাতল কৰ্

to thin out, as plants

সক. ধা.

2.

সেৰেঙা হৈ মাজে মাজে দুটা এটা পক্; যেনে-"চুলিবোৰ বা আমবোৰ বনিয়াইছে"

to become ripe here and there

অক. ধা.

3.

মাজে মাজে দুটা এটা আন বৰণৰ বা ৰকমৰ বস্ত্ত দি তৈয়াৰ কৰ্ বা গোঁঠ্; যেনে-"মণি বা মালা বনিয়াই গাঁথিছে"

to weave or plait by intermingling different fabrics

সক. ধা.

4.

সেৰেঙাকৈ ব বা গোঁঠ্

to weave or plait less closely

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বনিয়া · অসমীয়া অভিধান