← ফুৰি যাওক

বনা

banā

অৰ্থ

1.

উৰ্; আকাশত উৰি ঘুৰি ফুৰ্

to soar about in the air

অক. ধা.

2.

ঘূৰি-পকি ফুৰ; থিতাপি নোহোবাকৈ ভ্ৰমি ফুৰ্; বন্বনা

to wander about; to move about

অক. ধা.

3.

আনৰ দ্বাৰা খুন্দাই চাউল কৰ্

to cause to be husked, as paddy

সক. ধা.

4.

শোভাযুক্ত হ

to look beautiful

অক. ধা.

5.

কৰ্; তৈয়াৰ কৰ্

to make

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ